মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পূৰাতাত্ত্বিক সঞ্চালকালয়

নতুনকৈ আৱিস্কৃত পূৰাতাত্ত্বিক স্থানসমূহ, ২০১৫/ ২০১৬

  • ক্ৰমিক নং

    স্থানৰ নাম

    জিলা

    বৃহত্ শিলাখণ্ড, ননজিৰং-১, হামৰেণ

    কাৰ্বি আংলং

    বৃহত্ শিলাখণ্ড, ননজিৰং-২, হামৰেণ

    কাৰ্বি আংলং

    বৃহত্ শিলাখণ্ড, ননজিৰং-৩, হামৰেণ

    কাৰ্বি আংলং

    বৃহত্ চেপেটা শিলাখণ্ড, ননজিৰং, হামৰেণ

    কাৰ্বি আংলং

    বৃহত্ শিলাখণ্ড, তাপাত

    কাৰ্বি আংলং

    বৃহত্ শিলাখণ্ডৰ স্থান, ৰঙালী, টিকা

    কাৰ্বি আংলং

    বিচিক্ৰি পুখুৰী, বিচিক্ৰি

    কাৰ্বি আংলং

    ৰজাপুখুৰী

    গোলাঘাট

    ৰাণীপুখুৰী

    গোলাঘাট

    ১০

    ৰজাপুখুৰী, নাওঁজান

    গোলাঘাট

    ১১

    কলিয়নি বাংলুং স্তুপ

    গোলাঘাট

    ১২

    চেৰিঙ্গিয়া মৈদাম

    গোলাঘাট

    ১৩

    প্ৰতিমা গড়, চপাখোৱা, শদিয়া

    তিনিচুকীয়া

    ১৪

    জুৰীয়া মৈদাম, চপাখোৱা, শদিয়া

    তিনিচুকীয়া

    ১৫

    বৰপুখুৰী, চপাখোৱা, শদিয়া

    তিনিচুকীয়া

    ১৬

    তিনি কোণীয়া পুখুৰী

    তিনিচুকীয়া

    ১৭

    বেং মৰা পুখুৰী

    তিনিচুকীয়া

    ১৮

    গোধা বৰুৱা গড়

    তিনিচুকীয়া

    ১৯

    শেলুকীয়া পুখুৰী

    তিনিচুকীয়া

    ২০

    লেমটেম পুখুৰী

    তিনিচুকীয়া

    ২১

    বাটৰ পুখুৰী

    তিনিচুকীয়া

    ২২

    ন পুখুৰী

    তিনিচুকীয়া

    ২৩

    ৰূপহী পুখুৰী

    তিনিচুকীয়া

    ২৪

    দলৈ সোণাৰি পুখুৰী

    শিৱসাগৰ

    ২৫

    লিগিৰী পুখুৰী

    শিৱসাগৰ

    ২৬

    পেহী পুখুৰী

    শিৱসাগৰ

    ২৭

    গজপুৰী পুখুৰী

    শিৱসাগৰ

    ২৮

    নিতাই পুখুৰী

    শিৱসাগৰ

    ২৯

    লংমাইলাই ষ্ট’ন জাৰ

    ডিমা হাছাও

    ৩০

    কোবাক বৃহত্ শিলাখণ্ড

    ডিমা হাছাও

    ৩১

    ষ্ট’ন জাৰ, বোলাচান (Nichubunglu)

    ডিমা হাছাও

    ৩২

    ষ্ট’ন জাৰ, দুবুংলিং (Derebore)

    ডিমা হাছাও