মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পূৰাতাত্ত্বিক সঞ্চালকালয়

পূৰাতাত্ত্বিক উদ্যান আৰু স্থানীয় যাদুঘৰ

    • আমবাৰী পূৰাতাত্ত্বিক স্থআনৰ উদ্যান আৰু স্থানীয় যাদুঘৰ, গুৱাহাটী-১
    • মদন কামদেৱ পূৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় যাদুঘৰ, বাইহাটা চাৰিআলি, কামৰূপ জিলা।
    • নাজিৰাখাট পূৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় যাদুঘৰ, সোণাপুৰ, কামৰূপ জিলা।
    • অভয়াপুৰী পূৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় যাদুঘৰ, অভয়াপুৰী, বঙাইগাঁও জিলা।
    • আৰ. এম. পূৰাতাত্ত্বিক স্থানৰ উদ্যান, হোজাই, নগাঁও জিলা।
    • ৰাজাবাহী পূৰাতাত্ত্বিক স্থানৰ স্থানীয় যাদুঘৰ, ৰাজাবাৰী, নগাঁও জিলা।
    • মিকিৰ আটি পূৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় যাদুঘৰ
    • আকাশীগঙ্গা পূৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় যাদুঘৰ, আকাশীগঙ্গা, নগাঁও জিলা।
    • দেৱহান পূৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় যাদুঘৰ, দেৱস্থান, নগাঁও জিলা।
    • তাম্ৰেশ্বৰ পূৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় যাদুঘৰ, খৈৰাবাৰী, ওদালগুৰি জিলা
    • বুঢ়া মায়ং পূৰাতাত্ত্বিক স্থানৰ উদ্যান, মায়ং, মৰিগাঁও জিলা।
    • বুঢ়াগোঁহাই থানৰ পূৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় যাদুঘৰ, ডকমকা, কাৰ্বি আংলং জিলা
    • দেওঁপৰ্ব্বত পূৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় যাদুঘৰ, নুমলীগড়, গোলাঘাট জিলা
    • চৰাইদেউ পূৰাতাত্ত্বিক স্থানৰ উদ্যান, চৰাইদেউ, শিৱসাগৰ জিলা
    • ন-পুখুৰী শিৱমন্দিৰ পূৰাতাত্ত্বিক স্থানৰ উদ্যান, ৰুদ্ৰসাগৰ, শিৱসাগৰ জিলা
    • মৈৰামৰা থান পূৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় গেলেৰী, খামতিঘাট, ডিব্ৰুগড় জিলা
    • দুৱৰাণী পূৰাতাত্ত্বিক স্থানৰ উদ্যান, ১নং বৰপথাৰ, গোলাঘাট
    • ঘুগুহা দৌল পূৰাতাত্ত্বিক স্থানৰ উদ্যান, ঘুগুহা, ধেমাজি জিলা
    • মাঘনোৱা মন্দিৰ পূৰাতাত্ত্বিক স্থানৰ উদ্যান, নাৰায়ণপুৰ, লখিমপুৰ জিলা
    • বামগাঁও পূৰাতাত্ত্বিক স্থানৰ স্থানীয় যাদুঘৰ, বিশ্বনাথ চাৰিআলি, শোণিতপুৰ জিলা
    • গড়দৌল পূৰাতাত্ত্বিক স্থানৰ উদ্যান, কুমাৰগাঁও, শোণিতপুৰ জিলা
    • হাতীমূৰা পূৰাতাত্ত্বিক স্থানৰ উদ্যান, হাতীমূৰা, নগাঁও জিলা
    • ন-নাথ পূৰাতাত্ত্বিক স্থানৰ উদ্যান, যোগীজান, নগাঁও জিলা
    • জলজলি পূৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় যাদুঘৰ, জলজলি, দৰং জিলা