মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পূৰাতাত্ত্বিক সঞ্চালকালয়

ৰাজ্যৰ পৌৰাণিক আৰু শিল্প কলাসমূহৰ পঞ্জীকৰণ

    • অসমৰ পূৰাতত্ত্ব সঞ্চালকালয়ে এতিয়ালৈকে ৮৬২খন সত্ৰ জৰীপ কৰি নথিভুক্ত কৰিছে। তাৰ ভিতৰত ২১৯খন সত্ৰক Grants-in-Aid (GIA) হিচাপে সুৰক্ষা, সংৰক্ষণ আৰু উন্নয়নৰ অৰ্থে অৰ্থসাহায্য দিছে।