ক্ৰমিক নং | কিতাপৰ নাম | গ্ৰন্থকাৰ | প্ৰকাশৰ বছৰ |
১ | অসমত পূৰাতত্ত্ব | পি.ডি. চৌধুৰী (সম্পা) | ১ম প্ৰকাশ, ১৯৬৪ |
২ | পূৰাতত্ত্ব সঞ্চালকালয়, অসম (আৰম্ভণীৰ পৰা) | ড০ এইছ.এন. দত্ত (সম্পা) | ২০০২ |
৩ | পাগলাটেক পূৰাতাত্ত্বিক স্থানৰ খনন কাৰ্যৰ চমু বিৱৰণ | -ঐ- | ১ম প্ৰকাশ, ২০১০ |
৪ | পূৰাতত্ত্ব সঞ্চালকালয়ে প্ৰস্তুত কৰা স্থান আৰু সৌধৰ সহায়ক পুথি | -ঐ- | ১ম প্ৰকাশ, ২০১০ |
৫ | আমবাৰী পূৰাতাত্ত্বিক স্থান – এক অন্তৱৰ্ত্তী বিৱৰণ | -ঐ- | ১ম প্ৰকাশ, ২০০৮ |
৬ | অসমৰ পূৰাতাত্ত্বিক স্থান আৰু সৌধৰ সংৰক্ষণ – এক প্ৰতিবেদন | -ঐ- | ১ম প্ৰকাশ, ২০০৭ |
৭ | চৰাইদেউ | জি.এন. ভূঁঞা (সম্পা) | ১ম প্ৰকাশ, ১৯৮৮ |
৮ | অসমৰ পূৰাতত্ত্ব ২০০৩-২০০৪, এক পুনৰীক্ষণ | ড০ এইছ.এন. দত্ত (সম্পা) | ১ম প্ৰকাশ, ২০০৮ |
৯ | অসমত কেইটামান খোদিত আৱিস্কাৰ | -ঐ- | ১ম প্ৰকাশ, ২০১০ |
১০ | মদন-কামদেৱ (ইংৰাজী) | পূৰাতত্ত্ব সঞ্চালকালয় অসম (সম্পা) | ১ম প্ৰকাশ, ১৯৯৩ |
১১ | মদন-কামদেৱ (অসমীয়া) | -ঐ- | ১ম প্ৰকাশ, ১৯৯৩ |
১২ | পূৰাতত্ত্ব বিভাগ, অসমৰ অধীনস্থ পূৰাতাত্ত্বিক স্থান আৰু সৌধৰ তালিকা (ইংৰাজী) | ড০ এইছ.এন. দত্ত (সম্পা) | ১ম প্ৰকাশ, ২০০৫ |
১৩ | পূৰাতত্ত্ব বিভাগ, অসমৰ অধীনস্থ পূৰাতাত্ত্বিক স্থান আৰু সৌধৰ তালিকা (অসমীয়া) | -ঐ- | ১ম প্ৰকাশ, ২০০৫ |
১৪ | অসমৰ পাৰ্বত্য অঞ্চলৰ পূৰাতাত্ত্বিক কৰ্মৰ এক প্ৰতিবেদন | জি.এন. ভূঁঞা (সম্পা) | - |
১৫ | পূৰাতাত্ত্বিক কলা সম্পদসমূহৰ পুঞ্জীকৰণ | ড০ এইছ.এন. দত্ত (সম্পা) | ১ম প্ৰকাশ, ১৯৮৯ |
১৬ | অসমৰ কৃষ্টি আৰু দৰ্শনত ব্ৰহ্মপুত্ৰ নদ | -ঐ- | ১ম প্ৰকাশ, ২০১০ |
১৭ | অসমৰ পূৰাতত্ত্ব ২০০৫-১০ – এক পুনৰীক্ষণ | -ঐ- | ১ম প্ৰকাশ, ২০১২ |
১৮ | মদন-কামদেৱ পূৰাতাত্ত্বিক স্থান, এক চমু পৰিচয় | পূৰাতত্ত্ব সঞ্চালকালয় | ১ম প্ৰকাশ, ২০১৩ |