মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পূৰাতাত্ত্বিক সঞ্চালকালয়

অসমৰ সাংস্কৃতিক সম্পদ সংৰক্ষণত ছাত্ৰৰ ভূমিকা

প্ৰতি বছৰে ছেপ্টেম্বৰ/অক্টোবৰ মাহত বিভাগীয় আঁচনি মতে এই সঞ্চালকালয়ে অসমৰ সাংস্কৃতিক সম্পদ সংৰক্ষণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰাৰ অৰ্থে এখন আঁচনি লয়। অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীসকলে এই আঁচনিত ভাগ লৈ তেওঁলোকে অসমৰ পূৰাতাত্ত্বিক স্থানসমূহ দৰ্শন কৰে।

স্থান – উজনি অসম অঞ্চল