মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পূৰাতাত্ত্বিক সঞ্চালকালয়

অসমৰ পূৰাতাত্ত্বিক স্থানৰ খনন কাৰ্য

পূৰাতাত্ত্বিক সঞ্চালকালয়ে চৰকাৰৰ পৰা সঠিক অনুমোদন আৰু ভাৰতৰ পূৰাতাত্ত্বিক জৰিপ(Archaeological Survey of India)ৰ অনুজ্ঞাপত্ৰ লৈ ২০১৬-১৭ বৰ্ষত অসমৰ দুঠাইত প্ৰণালীবদ্ধভাৱে আৰু বৈজ্ঞানিক ভিত্তিত খনন কাৰ্য চলায়। ঠাই দুখন হল –

  • অসমৰ গোৱালপাৰা জিলাৰ ডেকাধোৱা পূৰাতাত্ত্বিক স্থান।
  • অসমৰ ডিমা হাছাও জিলাৰ খোবাকৰ বৃহত্ শিলাখণ্ডৰ স্থান।