মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পূৰাতাত্ত্বিক সঞ্চালকালয়

পূৰাতত্ত্ব সঞ্চালকালয়ৰ প্ৰকাশনসমূহ

  • ক্ৰমিক নং

    কিতাপৰ নাম

    গ্ৰন্থকাৰ

    প্ৰকাশৰ বছৰ

    অসমত পূৰাতত্ত্ব

    পি.ডি. চৌধুৰী (সম্পা)

    ১ম প্ৰকাশ, ১৯৬৪
    ২য় প্ৰকাশ, ১৯৯৮
    ৩য় প্ৰকাশ, ২০১০

    পূৰাতত্ত্ব সঞ্চালকালয়, অসম (আৰম্ভণীৰ পৰা)

    ড০ এইছ.এন. দত্ত (সম্পা)

    ২০০২

    পাগলাটেক পূৰাতাত্ত্বিক স্থানৰ খনন কাৰ্যৰ চমু বিৱৰণ

    -ঐ-

    ১ম প্ৰকাশ, ২০১০

    পূৰাতত্ত্ব সঞ্চালকালয়ে প্ৰস্তুত কৰা স্থান আৰু সৌধৰ সহায়ক পুথি

    -ঐ-

    ১ম প্ৰকাশ, ২০১০

    আমবাৰী পূৰাতাত্ত্বিক স্থান – এক অন্তৱৰ্ত্তী বিৱৰণ

    -ঐ-

    ১ম প্ৰকাশ, ২০০৮

    অসমৰ পূৰাতাত্ত্বিক স্থান আৰু সৌধৰ সংৰক্ষণ – এক প্ৰতিবেদন

    -ঐ-

    ১ম প্ৰকাশ, ২০০৭

    চৰাইদেউ

    জি.এন. ভূঁঞা (সম্পা)

    ১ম প্ৰকাশ, ১৯৮৮
    ২য় প্ৰকাশ, ২০১০

    অসমৰ পূৰাতত্ত্ব ২০০৩-২০০৪, এক পুনৰীক্ষণ

    ড০ এইছ.এন. দত্ত (সম্পা)

    ১ম প্ৰকাশ, ২০০৮

    অসমত কেইটামান খোদিত আৱিস্কাৰ

    -ঐ-

    ১ম প্ৰকাশ, ২০১০

    ১০

    মদন-কামদেৱ (ইংৰাজী)

    পূৰাতত্ত্ব সঞ্চালকালয় অসম (সম্পা)

    ১ম প্ৰকাশ, ১৯৯৩

    ১১

    মদন-কামদেৱ (অসমীয়া)

    -ঐ-

    ১ম প্ৰকাশ, ১৯৯৩

    ১২

    পূৰাতত্ত্ব বিভাগ, অসমৰ অধীনস্থ পূৰাতাত্ত্বিক স্থান আৰু সৌধৰ তালিকা (ইংৰাজী)

    ড০ এইছ.এন. দত্ত (সম্পা)
    পূৰাতত্ত্ব সঞ্চালকালয়, অসম

    ১ম প্ৰকাশ, ২০০৫
    ২য় প্ৰকাশ, ২০০৮

    ১৩

    পূৰাতত্ত্ব বিভাগ, অসমৰ অধীনস্থ পূৰাতাত্ত্বিক স্থান আৰু সৌধৰ তালিকা (অসমীয়া)

    -ঐ-

    ১ম প্ৰকাশ, ২০০৫
    ২য় প্ৰকাশ, ২০০৮
    ৩য় প্ৰকাশ, ২০১০

    ১৪

    অসমৰ পাৰ্বত্য অঞ্চলৰ পূৰাতাত্ত্বিক কৰ্মৰ এক প্ৰতিবেদন

    জি.এন. ভূঁঞা (সম্পা)

    -

    ১৫

    পূৰাতাত্ত্বিক কলা সম্পদসমূহৰ পুঞ্জীকৰণ

    ড০ এইছ.এন. দত্ত (সম্পা)

    ১ম প্ৰকাশ, ১৯৮৯

    ১৬

    অসমৰ কৃষ্টি আৰু দৰ্শনত ব্ৰহ্মপুত্ৰ নদ

    -ঐ-

    ১ম প্ৰকাশ, ২০১০

    ১৭

    অসমৰ পূৰাতত্ত্ব ২০০৫-১০ – এক পুনৰীক্ষণ

    -ঐ-

    ১ম প্ৰকাশ, ২০১২

    ১৮

    মদন-কামদেৱ পূৰাতাত্ত্বিক স্থান, এক চমু পৰিচয়

    পূৰাতত্ত্ব সঞ্চালকালয়

    ১ম প্ৰকাশ, ২০১৩