মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পূৰাতাত্ত্বিক সঞ্চালকালয়

বিশ্ব ঐতিহ্য সপ্তাহ পালন

অসমৰ পূৰাতাত্ত্বিক সঞ্চালকালয়ে প্ৰতি বছৰে ১৯ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ মানুহৰ মাজত অসমৰ সম্পদশালী সাংস্কৃতিক ঐতিহ্য ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণ কাৰ্য্যৰ প্ৰতি সজাগতা আনিবলৈ আলোচনা চক্ৰ আৰু প্ৰদৰ্শনীৰ আয়োজন কৰে।