মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ পূৰাতাত্ত্বিক সঞ্চালকালয়

পূৰাতাত্ত্বিক স্মৃতিসৌধৰ পুনৰস্থাপন

পূৰাতাত্ত্বিক স্মৃতিসৌধৰ পুনৰস্থাপন হৈছে সঞ্চালকালয়ৰ প্ৰাথমিক কাম। জৰাজীৰ্ণ আৰু শোচনীয় অৱস্থাত থিয় হৈ থকা আৰু আন আন গাঁঠনিসমূহ, ৰাজ্যৰ পূৰাতাত্ত্বিক স্থানসমূহ পুনৰস্থাপনৰ কাম হাতত লোৱা হৈছে। জন মাৰ্চেলৰ ১৯২২ চনৰ মেনুৱেলত থকা সংৰক্ষণ বিষয়ৰ সূত্ৰসমূহ এই পুনৰস্থাপন কাৰ্য্যত ব্যৱহাৰ কৰা হৈছে।